If you are a resident of Assam and want to obtain a driving license, you must pass the RTO exam in the Assamese language. The exam is conducted by the Regional Transport Office (RTO) and consists of both written and practical tests. In this article, we will cover everything you need to know about the RTO exam in the Assamese language.
Table of Contents
Why Assamese Language is Important in RTO Exam?
Assamese is the official language of the state of Assam, and therefore it is essential for residents to be proficient in the language. The RTO exam is conducted in the Assamese language to ensure that drivers have a sound understanding of the rules and regulations of driving in the state. This helps in reducing accidents and ensuring road safety.
What is the Eligibility Criteria for RTO Exam?
Before appearing for the RTO exam, you must fulfill the following eligibility criteria:
- You must be at least 18 years old
- You must have a valid learner’s license
- You must have completed a minimum of 30 days of learning to drive
- You must have a sound knowledge of traffic rules and regulations
What is the Exam Pattern for RTO Exam?
The RTO exam consists of both written and practical tests. The written test is conducted in an objective format and consists of multiple-choice questions. The practical test evaluates your driving skills and your ability to follow traffic rules. The exam covers the following topics:
- Traffic Signals and Signs
- Driving Rules and Regulations
- Road Safety Measures
- Mechanical Knowledge of Vehicles
How to Prepare for RTO Exam Question Answer in Assamese?
Here are some tips that can help you prepare for the RTO exam:
- Read the Assam Motor Vehicles Act and Rules
- Practice driving regularly
- Understand the traffic signs and signals
- Take mock tests to evaluate your preparation
RTO Exam Question Answer in Assamese
- ঘাতৰ ৰাস্তাত গধুৰ বাহন এখন অনুমােদিত অধিকতম গতিবেগ হব?
A. ১৫ কিঃ মিঃ প্রতি ঘণ্টাত
B. ২৫ কিঃ মিঃ প্রতি ঘণ্টাত
C. ৩৫ কিঃ মিঃ প্রতি ঘণ্টাত
উত্তৰ: C - জীৱ-জন্তুৰ ৰখীয়াজনে যদি ভাৱে যে জন্তুবােৰ হঠাৎ অনিয়ন্ত্রিত হৈ উঠিব। এনে পৰিস্থিতিত ৰখীয়াজনে চালকক গাড়ীখন ৰখাবলৈ অনুৰােধ কৰিলে কি কৰিব?
A. চালকে শিঙা বজাই টুর্বৰ গতিৰে অগ্ৰসৰ হব
B. চালকে গাড়ীখন পথৰ একাষত ৰাখিব
C. চালকে গাড়ীখনৰ গতি কমাই আনিব
উত্তৰ: B - গাড়ীখন কেতিয়া ইউ টার্ণ লােৱা উচিত নহয়?
A. যেতিয়া পথটোত যান-বাহন আহযাহৰ বাধানিষেধ নাথাকে
B. ব্যস্ততাপূর্ণ পথত
C. বাঁওদিশে অন্যান্য গাড়ী পাৰ হৈ যােৱা অৱস্থাত
উত্তৰ: B - পিচপিনৰ পৰা অহা গাড়ীয়ে আমাক অতিক্রম কৰিব বিচাৰিলে?
A. সাৱধানতাৰে আমি গতিবেগ বঢ়াব পাৰাে
B. আমি গাড়ীৰ গতিবেগ বঢ়াব পাৰাে
C. আমি গাড়ীখনৰ গতিবেগ বঢ়োৱা উচিত
উত্তৰ: C - তলত উল্লেখিত স্থানত গাড়ী অতিক্রম কৰাটো নিষিদ্ধ?
A. পঞ্চায়তী পথ
B. ৰাজ্যিক ৰাজপথত
C. ঠেক দলঙৰ ওপৰত
উত্তৰ: B - ফুটপাথ নথকা ৰাস্তাত পথচাৰীয়ে?
A. পথৰ সােকাষেদি খােজ কঢ়া উচিত
B. পথৰ বাঁওদাতিয়েদি খােজ কঢ়া উচিত
C. পথৰ দুয়ােকাষে খােজ কাঢ়িব পাৰে
উত্তৰ: B - ঘাতৰ ৰাস্তাত মজলীয়া বাহন এখনৰ অনুমােদিত অধিকতম গতিবেগ হব?
A. ৩৫ কিঃ মিঃ প্রতি ঘণ্টাত
B. ৪৫ কিঃ মিঃ প্রতি ঘণ্টাত
C. ২৫ কিঃ মিঃ প্রতি ঘণ্টাত
উত্তৰ: A - প্রদূষণ নিয়ন্ত্রণ প্রমাণ পত্ৰৰ ম্যাদ?
A. ছয় মাহ
B. এবছৰ
C. দুবছৰ
উত্তৰ: A - সন্মুখৰ পৰা অহা গাড়ীক আপােনাৰ?
A. সুবিধাজনক দিশত পাৰ হবলৈ দিয়া উচিত
B. বাঁওকাষেদি পাৰ হৈ যাবলৈ দিয়া উচিত
C, সোঁকাষেদি পাৰ হৈ যাবলৈ দিয়া উচিত
উত্তৰ: C - পথছােৱা যদি হালধীয়া ৰঙৰ অখণ্ড ৰেখাৰে অঙ্কিত কৰা থাকে তেতিয়া?
A. বাহনখনে হালধীয়া ৰেখাদাল স্পর্শ বা অতিক্রমনকৰিব
B. ৰেখাড়ালৰ কেৱল সৌদিশেৰে অতিক্রম কৰিব পাৰিব
C. কেৱল সন্মুখৰ গাড়ীখন অতিক্রম কৰিবৰ বাবেহে ৰেখাদাল পাৰ হব
উত্তৰ: A - আপুনি যদি মটৰ চাইকেল লার্নাৰ লাইচেন্সেৰহে অধিকাৰী তেন্তে?
A. পথৰ যান-বাহন ভিৰ কম থাকিলেহে বাহনখন চলাব
B. বৈধ অনঞ্জা পত্ৰ ধাৰী প্ৰশিক্ষকক লগত লৈহে বাহনখন চলাব
C. প্রশিক্ষকৰ অনুমতি সাপেক্ষে লাইচেন্সধাৰী ব্যক্তিকহে প্রশিক্ষণৰ বাবে উঠাব পাৰিব
উত্তৰ: C - ভাৰত চৰকাৰীভাৱে অনুমুদিত শিঙা বিধ কি?
A. বায়ু শিঙা
B. বৈদ্যুতিক শিঙা
C. বহু সুৰী শিঙা
উত্তৰ: B - ছাত্র-ছাত্রী উঠোৱা নমােৱাৰ বাবে পথৰ কাষত স্কুলবাছ এখন ৰৈ থাকিলে?
A. শিঙা বজাওক আৰু অগ্ৰসৰ হওক
B. ধীৰ গতিৰে সাৱধানে আগবাঢ়ক ছাত্র- ছাত্ৰীয়ে হঠাৎৰাস্তা পাৰ হব পাৰে
C. বিশেষ তৎপৰতাৰ প্রয়ােজন নাই
উত্তৰ: B - পথ সংযােগ স্থলীত হালধীয়া লাইটটা জলিলে চালকে?
A. চাৰিওদিশে চাই নিৰাপদ যেন অনুভৱ কৰিলে অগ্ৰসৰ হব
B. শিঙা বজাই নিজ পথেৰে অগ্ৰসৰ হব
C. গাড়ীৰ গতি ক্ৰমাৎ কম কৰি বাহনখন ৰাখক
উত্তৰ: C - নিশাৰ ভাগত গাড়ী এখন পথৰ কাষত পার্কিং কৰিব লগীয়া হলে?
A. গাড়ীখনৰ পার্কিং লাইট কেইটা জলাই ৰাখিব লাগে
B. অনুঞ্জাপত্ৰ থকা চালকৰ আসনত বহি থাকিব লাগে
C. গাড়ীখন তলা মাৰি ৰাখিব লাগে
উত্তৰ: A - গাড়ী পার্কিং তলত উল্লেখিত ঠাইত অনুমতি যােগ্য?
A. আলি কেকুৰীত
B. পদপথ ওপৰত
C. যি ঠাইত পার্কিং নিষেধ ঘােষণা কৰা নাই
উত্তৰ: C - মহানগৰ আৰু পৌৰ নগৰত অটোৰিক্সা এখনৰ অধিকতম গতিবেগ হব?
A. ৩০ কিঃ মিঃ প্রতি ঘণ্টাত
B. ৪০ কিঃ মিঃ প্রতি ঘণ্টাত
C, ২০ কিঃ মিঃ প্রতি ঘণ্টাত
উত্তৰ: A - ঘাতৰ ৰাস্তাত অটোৰিক্সা এখনৰ অধিকতম গতিবেগ হব?
A. ৪০ কিঃ মিঃ প্রতি ঘণ্টাত
B. ৩০ কিঃ মিঃ প্রতি ঘণ্টাত
C. ২০ কিঃ মিঃ প্রতি ঘণ্টাত
উত্তৰ: A - অন্ধব্যক্তিয়ে হাতত বগা লাখুটিডাল লৈ ৰাস্তা পাৰ হবলৈ ধৰিলে?
A. অন্ধৰ হাতৰ বগা লাখুটিডালক ৰখােৱাৰ ট্ৰেফিক চিহ্নবুলি ভাবি গাড়ীখন ৰাখক
B. শিঙা বজাই পূৰ্বৰ গতিৰে গৈ থাকিব
C. গাড়ীৰ গতি কমাব আৰু সাৱধানে অগ্ৰসৰ হব
উত্তৰ: A - গাড়ীচালকে গাড়ীখন চলাব লাগে?
A. পথৰ সোঁকাযেদি
B. পথৰ সোঁমাজেদি
C. পথৰ বাঁকাষেদি
উত্তৰ: C - প্রতিবাদ, আন্দোলন বা ধর্মঘট হিচাপে পৰিবাহক গাড়ী এখন ৰাজহুৱা স্থানত ৰাখি জনসাধাৰণ বা যাত্রীৰ বা আনৰ অসুবিধা কৰিলে?
A. গাড়ী চালােৱাৰ অনুঞ্জা পত্র বাতিল হব পাৰে
B. জৰিমনা আদায় দিব লগীয়া হব পাৰে
C. চালকসকলৰ এইটা এটা বিধিসম্মত অধিকাৰ
উত্তৰ: A - এম্বুলেন্স গাড়ী এখন ওচৰ চাপিলে?
A. সন্মুখত আন গাড়ী নাথাকিলে এম্বুলেন্সখনক যাবলৈ দিব
B. অগ্রাধিকাৰ দিয়াৰ প্ৰয়ােজন নাই
C. নিজৰ গাড়ীৰ গতিবেগ কমাইপথৰ কাষলৈ নি এম্বুলেন্সখনক বাট দিব
উত্তৰ: C - এখন মালবাহী গাড়ীৰ বােজাৰ উচ্চতা মাটিৰ পৰা হব লাগে?
A. ৩.৮ মিটাৰ
B. ৩ মিটাৰ
C. কোনাে সীমা নাই
উত্তৰ: A - এখন গাড়ীয়ে আপােনাক যেতিয়া অতিক্রম কৰিব বিচাৰে তেতিয়া আপুনি?
A. নিজৰ গাড়ীখন পথৰ কাষত ৰখাই আনখন গাড়ী পাৰ হবলৈ দিব
B. আনখন গাড়ীক অতিক্রম কৰা কার্যত বাধা দিব নালাগে
C. নিজৰ গাড়ীখনৰ গতিবেগ বঢ়াই দিব লাগে
উত্তৰ: B - এজন চালকে কেতিয়া গাড়ী এখন অতিক্ৰম কৰিব পাৰে?
A. যদিহে পথছােৱা উপযুক্তভাৱে বহল হয়
B. যেতিয়া সন্মুখৰ গাড়ীখনৰ ড্রাইভাৰজনে অতিক্ৰম কৰিবলৈ নির্দেশ দিয়ে
C. পাহাৰীয়া পথেদি তললৈ গমন কৰাৰ সময়ত
উত্তৰ: C - গাড়ী অতিক্রম কৰাৰ আগতে চালকে নিশ্চিত কৰা উচিত যে?
A. সন্মুখৰ পথছােৱা স্পষ্টভাৱে দৃশ্যমান হৈ আছে আৰু অতিক্ৰমৰ বাবে নিৰাপদ
B. পিছফালৰ পৰা কোনাে গাড়ী অহা নাই
C. বাঁওদিশে ঘুৰক আৰু পােনে পােনে আগবাঢ়ক
উত্তৰ: A - সন্মুখৰ গাড়ীখনৰ চালকে অতিক্রম কৰিবলৈ সংকেট নিদিলে?
A. আমি গাড়ীখন অতিক্রম কৰিব নালাগে
B. আমি অতিক্ৰম কৰিব পাৰাে
C. শিঙা বজাই আমি গাড়ীখন অতিক্রম কৰিব পাৰাে
উত্তৰ: B - পশ্চাৎ দৃশ্যৰ দাপােন খন ব্যৱহাৰ হয়?
A. নিজৰ চেহেৰাটো চাবৰ বাবে
B. পিছফালে বহা যাত্রীক পর্যবেক্ষণ কৰিবৰ বাবে
C. পিছফালৰ পৰা যান-বাহন চাবৰ বাবে
উত্তৰ: C - আপুনি ট্রেফিক লাইট থকা সংযােগ স্থানত ইউ টার্ণ লবলৈ ইচ্ছা কৰিলে আপুনি?
A. ট্রেফিক লাইট নথকা আন এটা সংযােগ স্থললৈ চলাই যাব
B. সেউজীয়া ট্রেফিক লাইট সংকেত নােপােৱালৈকে ইউ টার্ণ লবলৈ অপেক্ষা কৰক
C. সংযােগ স্থলত আৰক্ষি থাকিলেহে ইউ টার্ণ লব
উত্তৰ: C - লৰী বােজাই কৰােতে?
A. গাড়ীৰ দুই কাষে উলিয়াই বােজাই কৰিব নােৱাৰে
B. গাড়ীৰ দুইকাষে ৩০ চেঃমিঃ উলিয়াই বােজাইকৰিব পাৰে
C. গাড়ীৰ দুই কাষে ৫০ চেঃমিঃ উলিয়াই বােজাই কৰিব পাৰে
উত্তৰ: A - মটৰ চাইকেলট এজন আৰােহী কঢ়িয়াবলৈ হলে?
A. বাহনখনত পদস্থান হাতেৰে খামুচি ধৰাৰ সুবিধা আৰু শাৰী গার্ড থাকিব লাগে
B. বাহনখনত চাইড কাৰ থাকিব লাগিব
C. বাহনখনত পশ্চাৎ দৃশ্যৰ দাপােন থাকিব লাগিব
উত্তৰ: A - আপুনি ঠেক দলঙৰ ওচৰ পাওঁতে দেখিছে যে সিমুৰেদি এখন গাড়ী দলঙত সােমাবলৈ ধৰিছে তেতিয়া আপুনি কি কৰিব?
A. গতিবেগ বঢ়াই যিমান পাৰি সােনকালে দলংখন পাৰ হবলৈ চাব
B. আগৰ লাইট কেইটা জলাই দলং পাৰ হব
C. সিমুৰৰ গাড়ীখন দলং পাৰ হােৱাৰ পিছত আপুনি যাব
উত্তৰ: C - পৰিবাহক গাড়ী চলােৱাৰ অনুঞ্জা পত্র পাবলৈ ব্যক্তিৰ নুন্যতম বয়স?
A. ২০ বছৰ
B. ১৮ বছৰ
C. ২৫ বছৰ
উত্তৰ: A - কর্তৃত্বশীল বিষয়াই পৰিবাহক গাড়ী এখন জব্দ কৰিব পাৰে যদি?
A. গাড়ীখনৰ পঞ্জীয়ন পত্ৰ আৰু উপযুক্ত পার্টি নাথাকে
B. গাড়ীখনৰ ম্যাদ থকা বীমা পত্র নাথাকে
C. গাড়ীখনে নিৰ্দ্ধাৰত সীমা চেৰাই অত্যাধিক গতিত চলাই
উত্তৰ: A - তলত উল্লেখিত কোনটো স্থানত গাড়ী পার্কিং নিষিদ্ধ?
A. ৰাজহুৱা কুঁৱাৰ কাষত
B. অগ্নি নির্বাপকৰ বাবে পথৰ কাষত পানী নলীৰ সন্মুখত
C. পথৰ বাঁওফালে
উত্তৰ: B - তলত উল্লেখিত কোনবিধ গাড়ীক বাট এৰি দিব?
A. পুলিচৰ যান-বাহন
B. এম্বুলেন্স আৰু আগ্নি নির্বাপক বাহিনীৰ গাড়ী
C. এক্সপ্ৰেছ আৰু চুপাৰ এক্সপ্ৰেছ বাছ
উত্তৰ: B - গাড়ী অতিক্রম কাৰাটো নিষিদ্ধ?
A. যেতিয়া পথৰ সােমাজত খণ্ডিত ৰেখা অঙ্কিত কৰা থাকে
B. যেতিয়া সন্মুখৰ পথছােৱা যথেষ্ট বহল
C. যেতিয়া সন্মুখৰ পথটো সম্পূর্ণরূপে দেখা পােৱা নহয়
উত্তৰ: C - চলন্ত অৱস্থাত গাড়ীত উঠা আৰু ওলমি যােৱাতাে?
A. বাছৰ ক্ষেত্ৰত অনুমতি যােগ্য
B. অটোৰিক্সা ক্ষেত্ৰত অনুমতি যােগ্য
C. সকলাে যান-বাহন ক্ষেত্ৰত নিষেধ
উত্তৰ: C - ৰাষ্ট্ৰীয় ঘাইপথত ট্রাকৰ অনুমােদিত সর্বোচ্চ গতিবেগ?
A. প্রতি ঘণ্টাত ৫০ কিলােমিটাৰ
B. প্রতি ঘণ্টাত ৬০ কিলােমিটাৰ
C. প্রতি ঘণ্টাত ৭০ কিলােমিটাৰ
উত্তৰ: B - জেব্রা লাইনবােৰ কি বুজাই?
A. পথচাৰী পাৰ পথত থকা বুজাই
B. গাড়ীৰ গতি কম কৰাটো নির্দেশ কৰে
C. গাড়ীক প্রাধান্য দিয়াটো জনাই
উত্তৰ: A - গধুৰ বাহন এখনৰ অধিকতম অনুমােদিত হব?
A. ৭০ কিঃ মিঃ ঘণ্টাত
B. ৬৫ কিঃ মিঃ ঘণ্টাত
C. ৫০ কিঃ মিঃ ঘণ্টাত
উত্তৰ: B - মটৰ চাইকেল অনুমােদিত সর্বোচ্চ গতিবেগ সীমা হল?
A. কোনাে সীমা নাই
B. প্রতি ঘণ্টাত ৬০ কিলােমিটাৰ
C. প্রতি ঘণ্টাত ৫০ কিলােমিটাৰ
উত্তৰ: C - পিছপিনৰ পৰা অহা গাড়ী এখনে আমাৰ গাড়ীখন অতিক্ৰম কৰিব বিচাৰিলে?
A. আমি আন গাড়ী অতিক্রম কৰিবলৈ চেষ্টা কৰিব নালাগে
B. আমি শিঙা বজাই আন এখন গাড়ী অতিক্ৰম কৰিব পাৰাে
C. আমি শিঙা বজাই আন এখন গাড়ী অতিক্ৰম কৰিব পাৰাে
উত্তৰ: A - পথ সংযােগ স্থলীত হালধীয়া লাইটটো জলিলে চালকে?
A. চাৰিওদিশে চাই নিৰাপদ যেন অনুভৱ কৰিলে অগ্ৰসৰ হব
B. শিঙা বজাই নিজ পথেৰে অগ্ৰসৰ হব
C. গাড়ীৰ গতি ক্ৰমাৎ কম কৰি বাহনখন
উত্তৰ: C - শিক্ষানুষ্ঠান কাষত মটৰ চাইকেল অনুমােদিত সর্বোচ্চ গতিবেগ?
A. ২৫ কিলােমিটাৰ প্রতি ঘণ্টাত
B. ৩০ কিলােমিটাৰ প্রতি ঘণ্টাত
C. ৪০ কিলােমিটাৰ প্রতি ঘণ্টাত
উত্তৰ: A - নিশা হেড লাইট জলাই গৈ থকা অৱস্থাত সন্মুখৰ পৰা গাড়ী এখন আহি ওচৰ চাপিলে?
A. গাড়ীখন বাঁওদিশেলৈ নি আগবাঢ়ি গৈ থাকিব গালে
B. হেডলাইটৰ পােহৰ কমাই আৰু বঢ়াই আগবাঢ়ক
C. সন্মুখৰ পৰা অহা গাড়ীখন পাৰ হৈ নােযােৱা পৰ্য্যন্ত হেডলাইটৰ পােহৰ কমাই ৰাখক
উত্তৰ: C - দুচকীয়া বাহনত দুজনতকৈ অধিক ব্যক্তি উঠি যােৱাতাে?
A. বেআইনী
B. অনিবার্য পৰিস্থিতিত অনুমতিযােগ্য
C. পথত যান-বাহনৰ ভিৰ নাথাকিলে অনুমতিযােগ্য
উত্তৰ: B - কেৱল এটা দিশৰ বাবে বুলি চিহ্নিত পথত?
A. গিযেৰ লগাই পাচ ফাললৈ গাড়ী নচলাব
B. গাড়ী অতিক্রম কৰাটো অনুচিত
C. গাড়ী পার্ক কৰাটো নিষেধ
উত্তৰ: A - গিয়েৰ বিহীন মটৰ চাইকেল অনুঞ্জা পত্র পাবলৈ হলে এজন ব্যক্তিৰ নূন্যতম বয়স হব লাগিব?
A. ১৮ বছৰ
B. ১৬ বছৰ
C. ২১ বছৰ
উত্তৰ: B
Learner Licence Test Symbols Assam
1. কাষৰ চিহ্নটোৰ অর্থ কি ?
A. সন্মুখৰ সোঁহাতে উপপথ
B. সোঁকাষে ঘুৰাটো বাধয়তামুলক
C. সোঁকাষে ঘুৰাটো নিষেধ
শুদ্ধ উত্তৰ – B
2. কাষৰ চিহ্নটোৰ অর্থ কি?
A. শিঙা বজোৱা নিষেধ
B. শিঙা বজোৱা বাধয়তামুলক
C. ইচ্ছা কৰিলে শিঙা বজাব পাৰে
শুদ্ধ উত্তৰ – A
3. কাষৰ চিহ্নটোৰ অর্থ কি ?
A. বাঁওদিশে আৰােহণ কৰিবলগীয়া এঢলীয়া পথ
B. বাঁওদিশে হেয়াৰ পিনৰ দৰে বেঁকা ভাঁজ আছে
C. বাঁওপিনেদি আগবাঢ়িব
শুদ্ধ উত্তৰ – B
4. কাষৰ চিহ্নটোৰ অর্থ কি?
A. বাধ্যতামুলক ভাৱে পােনে পােনে যাওক অথবা বাঁওফালে
B. বাধ্যতামুলক ভাৱে পােনে পােনে যাওক অথবা সোঁদিশে
C. সন্মুখত উপপথ
শুদ্ধ উত্তৰ – A
5. কাষৰ চিহ্নটোৰ অর্থ কি ?
A. ঘণ্টাত ৫০ কিঃমিঃতকৈ অধিক গতিত গাড়ী নচলাৱ
B. ঘণ্টাত ৫০ কিঃমিঃ গতিবেগত গাড়ী চলাব
C. ঘণ্টাত ৫০ কিঃমিঃ অধিক গতিবেগত গাড়ী চলাব
শুদ্ধ উত্তৰ – A
6. কাষৰ চিহ্নটোৰ অর্থ কি?
A. প্রৱেশ নিষেধ
B. বাধ্যতামুলক পােনে পােনে যাওক
C. দুয়ােদিশৰ পৰা প্ৰৱেশৰ অনুমতি
শুদ্ধ উত্তৰ – B
7. কাষৰ চিহ্নটোৰ অর্থ কি ?
A. ৩.৫ মিটাৰতকৈ অধিক উচ্চতাৰ গাড়ী প্রৱেশৰ
B. ৩.৫ মিটাৰ প্রস্থৰ গাড়ী প্রৱেশৰ অনােমতি
C. কেৱল ৩.৫ মিটাৰ উচ্চতাৰ বাহনৰ প্রৱেশ অনােমতি
শুদ্ধ উত্তৰ – C
8. কাষৰ চিহ্নটোৰ অর্থ কি?
A. চালকে বাঁওদিশলৈ গাড়ীখন ঘূৰাব বিচাৰিছে
B. চালকে সৌদিশলৈ গাড়ীখন ঘূৰাব বিচাৰিছে।
C. সকলাে গাড়ীক ৰবলৈ দিয়া সংকেত
শুদ্ধ উত্তৰ – A
9. কাষৰ চিহ্নটোৰ অর্থ কি?
A. সন্মুখত প্রতিবন্ধক আছে
B. সন্মুখত বেল ক্ৰছিং আছে
C. সন্মুখত গাড়ী ওজন কৰা ৱেব্রীজ আছে।
শুদ্ধ উত্তৰ – A
10. কাষৰ চিহ্নটোৰ অর্থ কি ?
A. ব্যক্তিগত বাহনৰ প্ৰৱেশ নিষেধ
B. টেক্সীৰ পার্কিং স্থান
C. পুলিচ বাহন পার্কিং স্থান
শুদ্ধ উত্তৰ – B
11. কাষৰ চিহ্নটোৰ অর্থ কি ?
A. অটোৰিক্সা পার্কিং স্থান
B. গাড়ীখন ৰখাওক আৰু সেউজীয়া লাইট জলাবলৈ অপেক্ষা কৰক
C. গাড়ীৰ গতি কমাওক আৰু নিৰাপদ অনুভৱ কৰিলেহে অগ্ৰসৰ হব
শুদ্ধ উত্তৰ – A
12. কাষৰ চিহ্নটোৰ অর্থ কি ?
A. সন্মুখত স্কুল আছে।
B. পথচাৰী পাৰ হােৱা স্থান
C. পথচাৰী পাৰ হােৱা নিষিদ্ধ
শুদ্ধ উত্তৰ – A
13. কাষৰ চিহ্নটোৰ অর্থ কি ?
A. বাঁওদিশে পথটো ইংৰাজী ‘প’ আখৰ সদৃশ উপপথ
B. সোঁদিশে ‘প’ আখৰ সদৃশ উপপথ
C. বাঁওদিশে উপপথ
শুদ্ধ উত্তৰ – A
Conclusion
The RTO exam in the Assamese language is an essential step in obtaining a driving license in the state of Assam. It is important to prepare well for the exam and have a sound understanding of traffic rules and regulations. By following the tips mentioned above, you can increase your chances of passing the RTO exam and obtaining your driving license.